ETV Bharat / state

২৪ ঘন্টাত অসমত বৃদ্ধি পাব সৰ্বোচ্চ তাপমাত্ৰা - NORTH EAST WEATHER REPORT

আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ তথ্যমতে, অহা ২৪ ঘন্টাত অসমৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

NORTH EAST WEATHER REPORT
২৪ ঘন্টাত অসমত বৃদ্ধি পাব সৰ্বোচ্চ তাপমাত্ৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 23, 2025 at 9:54 PM IST

2 Min Read

গুৱাহাটী : অহা ২৪ ঘন্টাত ৰাজ্যত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিক তাপমাত্ৰাতকৈ তিনি ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাব । অৰ্থাৎ ৰাজ্যত অহা ২৪ ঘন্টাত গৰমৰ মাত্ৰা স্বাভাবিকতে বৃদ্ধি পাব । অৱশ্যে অহা ২৪ ঘন্টাত ৰাজ্যৰ কোনো অঞ্চলত পাতলীয়া বৰষুণ হোৱাৰ লগতে চাৰিখন জিলাৰ কিছু কিছু অঞ্চলত প্ৰবল বৰষুণ হ'ব বুলি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান বিভাগে সোমবাৰৰ সন্ধিয়া তথ্য সদৰী কৰিছে ।

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, অহা ২৪ ঘন্টাত অসমৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ কিছু কিছু অঞ্চলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

NORTH EAST WEATHER REPORT
২৪ ঘন্টাত অসমত বৃদ্ধি পাব সৰ্বোচ্চ তাপমাত্ৰা (RMC)

বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে অহা ২৪ ঘন্টাত ৰাজ্যত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিক তাপমাত্ৰাতকৈ তিনি ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পোৱাৰ লগতে বাকী অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডত সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমান স্বাভাৱিক অৱস্থাত থাকিব । ইপিনে বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰা তথ্য মতে, আজিৰ দিনটোত অসমৰ ভিতৰত গুৱাহাটী অধিক সৰ্বোচ্চ তাপমাত্ৰা আৰু তেজপুৰত কম সৰ্বোচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে ।

গুৱাহাটীত আজিৰ দিনটো সৰ্বোচ্চ তাপমান ৩৪.৫ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ২৬.৫ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে । আনহাতে তেজপুৰত আজিৰ দিনটো সৰ্বোচ্চ তাপমান ২৯ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ২৭ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে ।‌ ইপিনে বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, অহা ২৪ ঘন্টাত বৰাক উপত্যকাত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিক সৰ্বোচ্চ তাপমাত্ৰাতকৈ বেছি ‌হ'ব ।

লগতে পঢ়ক : বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী; দেশৰ ক'ত ক'ত হ'ব বৰষুণ ?

সমগ্ৰ ভাৰতত বতৰৰ ব্যাপক পৰিৱৰ্তন; গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণৰ মাজতে ভূমিস্খলনৰ সম্ভাৱনা জাৰি

পাৰাস্তম্ভ উঠিল ৪৯.৪ ডিগ্ৰী চেলছিয়াছলৈকে: শুকুৰবাৰে বছৰটোৰ সৰ্বোচ্চ তাপমাত্ৰা সহিলে দেশবাসীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.