ETV Bharat / state

বিধানসভাৰ ছেমি ফাইনেল : নগাঁৱৰ কোন জিলা পৰিষদত কোনে দাখিল কৰিলে মনোনয়ন ? - NAGAON ZPC CANDIDATES

পঞ্চায়ত নিৰ্বাচনত নগাঁও জিলাৰ কোন দলে কিমান আসনত দিলে প্ৰাৰ্থিত্ব ? জানিবলৈ পঢ়ক ইটিভি ভাৰতৰ এই প্ৰতিবেদন ।

Nagaon ZPC Candidates
মনোনয়ন-পত্ৰ দাখিলৰ সময়ত এগৰাকী প্ৰাৰ্থী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 9:36 PM IST

7 Min Read

নগাঁও : ৰাজ্যত ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ছেমি ফাইনেল হিচাপে বিবেচিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব ইতিমধ্যে সমাপ্ত হৈছে । দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া নগাঁও জিলাতো পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া সমাপ্ত হৈছে ।

পঞ্চায়ত নিৰ্বাচনৰ বাবে নগাঁৱত শাসকীয় দলৰ লগতে প্ৰধান বিৰোধী দল কংগ্ৰেছে জিলাখনৰ প্ৰতিখন আসনতেই প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সমান্তৰালকৈ এ আই ইউ ডি এফ, ৰাইজৰ দল, তৃণমূল কংগ্ৰেছেও প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ উপৰি কেইবাগৰাকীও প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিছে ।

Nagaon ZPC Candidates
মনোনয়ন-পত্ৰ দাখিলৰ সময়ত এগৰাকী প্ৰাৰ্থী (ETV Bharat Assam)

নগাঁও জিলা নিৰ্বাচনী বিষয়াই দিয়া তথ্য অনুসৰি, জিলাখনৰ মুঠ ২৭ খন জিলা পৰিষদৰ আসনৰ বাবে ৭৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ সমান্তৰালকৈ ১৬৪ খন আঞ্চলিক পঞ্চায়তৰ বাবে ৪৪৬ গৰাকী, ১৬৪০ টা ৱাৰ্ড সদস্যৰ বাবে ৩৬৬৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ।

নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ পৰা লাভ কৰা তথ্য অনুসৰি, নগাঁৱৰ ২৭ খন জিলা পৰিষদ আসনৰ বাবে মুঠ ৭৭ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । ৱেবছাইটৰ তথ্য অনুসৰি, নগাঁও জিলাৰ ২৭ খন জিলা পৰিষদৰ শাসকীয় মিত্ৰদল বিজেপি, অগপৰ লগতে বিৰোধী কংগ্ৰেছে আটাইকেইখন আসনতেই প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে এ আই ইউ ডি এফ দলে ৬ খন আসনত, ৰাইজৰ দলে ৩ খন আসনত, তৃণমূল কংগ্ৰেছে ৩ খন আসনত আৰু আম আদমি পাৰ্টীয়ে এখন আসনৰ বাবে মনোনয়ন দাখিল কৰিছে । ইয়াৰ উপৰি কেইবাগৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপেও দাখিল কৰিছে মনোনয়ন ।

কোন জিলা পৰিষদৰ বাবে কোন দলৰ পৰা কোনে দাখিল কৰিছে মনোনয়ন

পাখিমৰীয়া জিলা পৰিষদ

পাখিমৰীয়া জিলা পৰিষদ সমষ্টিৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

শ্রৱণ সিং - আম আদমি পাৰ্টী

অর্ণৱ দাস - বিজেপি

প্রণৱ শইকীয়া - কংগ্ৰেছ

কঠিয়াতলি জিলা পৰিষদ

কঠিয়াতলি জিলা পৰিষদ সমষ্টিৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

ৰম্ভা লয়িং - বিজেপি

বর্ণালী দেৱী - কংগ্ৰেছ

উৰিয়াগাঁও জিলা পৰিষদ

উৰিয়াগাঁও জিলা পৰিষদ সমষ্টিৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

গীতাঞ্জলি হাজৰিকা - বিজেপি

জ্যোতিপ্রসাদ শইকীয়া - কংগ্ৰেছ

যমুনামুখ জিলা পৰিষদ

যমুনামুখ জিলা পৰিষদ সমষ্টিৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

পূৰবী বৰদলৈ - বিজেপি

জুৰি দাস - কংগ্ৰেছ

পুৰণিগুদাম জিলা পৰিষদ

পুৰণিগুদাম জিলা পৰিষদ সমষ্টিৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

মিণ্টু শর্মা - বিজেপি

সীমা দেৱী - কংগ্ৰেছ

চতিয়াল পূবথৰীয়া জিলা পৰিষদ

চতিয়াল পূবথৰীয়া জিলা পৰিষদ সমষ্টিৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

পুণ্যলতা বৰুৱা - অগপ

ৰীতামণি কলিতা - কংগ্ৰেছ

দুৱাৰ শালনা জিলা পৰিষদ

দুৱাৰ শালনা জিলা পৰিষদ সমষ্টিৰ বাবে চাৰিগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

অনিল ঠাকুৰ - অগপ

মৰিয়া গেৰেটি হাৰো লাক্ৰা - কংগ্ৰেছ

কবিতা নেওগ আৰু ৰিংকু পৰিদা - নিৰ্দলীয়

দুৱাৰ বাগৰি জিলা পৰিষদ

দুৱাৰ বাগৰি জিলা পৰিষদ সমষ্টিৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

জীতেন গৌৰ - বিজেপি

যশৱন্তলাল চৌহান - কংগ্ৰেছ

শিঙিমাৰী জিলা পৰিষদ

শিঙিমাৰী জিলা পৰিষদ সমষ্টিৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছ :

কবিৰ হুছেইন সৰকাৰ : বিজেপি

ইব্রাহিম আলী - কংগ্ৰেছ

আঞ্জুমা বেগম - নিৰ্দলীয়

আমবাগান জিলা পৰিষদ

আমবাগান জিলা পৰিষদ সমষ্টিৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

জয়শ্রী মণ্ডল - অগপ

দীপা বিশ্বাস - কংগ্ৰেছ

বেচামাৰী জিলা পৰিষদ

বেচামাৰী জিলা পৰিষদ সমষ্টিৰ বাবে পাঁচগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

হিবজুৰ ৰহমান -অগপ

মতিউৰ ৰহমান - কংগ্ৰেছ

আজহাৰ উদ্দিন - তৃণমূল কংগ্ৰেছ

শ্বাহিনুৰ ৰহমান - এ আই ইউ ডি এফ

শ্বৰিফ উদ্দিন - ৰাইজৰ দল

আমলখি চহৰীয়া জিলা পৰিষদ

আমলখি চহৰীয়া জিলা পৰিষদ সমষ্টিৰ বাবে পাঁচগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

ৱাহিদা বেগম - বিজেপি

নাৰ্গিছ পাৰবিন - কংগ্ৰেছ

ৰৌছনাৰা চৌধুৰী -এ আই ইউ ডি এফ

আচমিনা খাতুন আৰু লিলিমা খাতুন - নিৰ্দলীয়

ফুলগুৰি বাৰপূজীয়া জিলা পৰিষদ

ফুলগুৰি জিলা পৰিষদ সমষ্টিৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

ৰূপজ্যেতি বৰদলৈ - বিজেপি

বন্দনা পাটৰ - কংগ্ৰেছ

জুৰীয়া জিলা পৰিষদ

জুৰীয়া জিলা পৰিষদ সমষ্টিৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

মৰ্শিদা বেগম - অগপ

নাজমা চৌধুৰী - কংগ্ৰেছ

বালিসত্র জিলা পৰিষদ

বালিসত্ৰ জিলা পৰিষদ সমষ্টিৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

চামছুল আলম - বিজেপি

খালিদা য়াছমিন - কংগ্ৰেছ

জামাদুৰ ৰহমান - এ আই ইউ ডি এফ

লহকৰ জিলা পৰিষদ

লহকৰ জিলা পৰিষদ সমষ্টিৰ বাবে চাৰিগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

মজিবুৰ ৰহমান - বিজেপি

বাবুল আলী - কংগ্ৰেছ

আব্দুল কাচিম - এ আই ইউ ডি এফ

মেৰিনা বেগম - ৰাইজৰ দল

বাজিয়াগাঁও জিলা পৰিষদ

বাজিয়াগাঁও জিলা পৰিষদ সমষ্টিৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

চালমা খানম - বিজেপি

মমতাজ বেগম - কংগ্ৰেছ

কাছমাৰী জিলা পৰিষদ

কাছমাৰী জিলা পৰিষদ সমষ্টিৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

প্রাঞ্জল দাস - বিজেপি

ধ্ৰুৱজ্যোতি ৰাজা - কংগ্ৰেছ

দীপাংকৰ ৰাজা - নিৰ্দলীয়

ভকতগাঁও জিলা পৰিষদ

ভকতগাঁও জিলা পৰিষদ সমষ্টিৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

অম্তাজ আলী - অগপ

নুৰ মহম্মদ মোস্তাক - কংগ্ৰেছ

জিয়াৰুল ইছলাম - তৃণমূল কংগ্ৰেছ

চাপৰমুখ জিলা পৰিষদ

চাপৰমুখ জিলা পৰিষদ সমষ্টিৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

জোনালিম দাস - বিজেপি

গ্ৰেচ জি মমিন - কংগ্ৰেছ

ভোটাইপাথৰি জিলা পৰিষদ

ভোটাইপাথৰি জিলা পৰিষদ সমষ্টিৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

স্বপ্নালী কাকতি - বিজেপি

হিমাশ্ৰী ৰাজা - কংগ্ৰেছ

হাদিয়া আৰা আলম - নিৰ্দলীয়

ফাকলি জিলা পৰিষদ

ফাকলি জিলা পৰিষদ সমষ্টিৰ বাবে চাৰিগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

হালিমা খাতু - বিজেপি

ৰাহান ৰহমান চৌধুৰী - কংগ্ৰেছ

আবু হানা ছিদ্দিক - এ আই ইউ ডি এফ

ফাৰনাজ আহমেদ - নিৰ্দলীয়

গড়াজান জিলা পৰিষদ

গড়াজান জিলা পৰিষদ সমষ্টিৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

জেছমিন য়াছমিন আজাদ - বিজেপি

মমতাজ বেগম - কংগ্ৰেছ

চালেহা খাতুন - নিৰ্দলীয়

আলিটাঙনি দগাঁও জিলা পৰিষদ

আলিটাঙনি জিলা পৰিষদ সমষ্টিৰ বাবে পাঁচগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

জাহিদা চুলতানা - বিজেপি

আচিফা ছামিম - কংগ্ৰেছ

ৰুবিয়া নিজাম - এ আই ইউ ডি এফ

আফছানা বেগম - তৃণমূল কংগ্ৰেছ

লুতফুন নেহাৰ - নিৰ্দলীয়

মাহেৰাপাৰ বৰগুলি জিলা পৰিষদ

মাহেৰীপাৰ জিলা পৰিষদ সমষ্টিৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

মাহমুদা খাতুন - অগপ

মুচফিকুৰ হুছেইন - কংগ্ৰেছ

বঢ়মপুৰ জিলা পৰিষদ

বঢ়মপুৰ জিলা পৰিষদ সমষ্টিৰ বাবে দুগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

সুনীতা ইংতিপি - বিজেপি

পাৰবিন চুলতানা - কংগ্ৰেছ

মাধৱপাৰা জিলা পৰিষদ

মাধৱপাৰা জিলা পৰিষদ সমষ্টিৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । তেওঁলোক হৈছে :

আতিকুৰ ৰহমান - অগপ

আব্দুল জব্বৰ - কংগ্ৰেছ

ছহিদুল ইছলাম - ৰাইজৰ দল

পূৰ্বে বিজেপিৰ দখলত থকা নগাঁও জিলা পৰিষদ দখলৰ বাবে বিৰোধী কংগ্ৰেছ কিদৰে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হয় সেয়া অৱশ্যে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :পঞ্চায়ত নিৰ্বাচনত কিমানে দাখিল কৰিলে মনোনয়ন ? - ASSAM STATE ELECTION COMMISSION
লগতে পঢ়ক :দলীয় নেতা-কৰ্মীলৈ সতৰ্কবাণী ভূপেন বৰাৰ: মোৰ সৈতে এবাৰ যোগাযোগ কৰক - PANCHAYAT ELECTIONS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.