ষট পূজা উপলক্ষ্যে মহানগৰীত সম্পূৰ্ণ কৰি তোলা হৈছে প্ৰস্তুতি ৷ পূজীৰ সময়ত যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ৷ | Read More
Assam Live News: অসম Wed Nov 06 2024 শেহতীয়া আপডেট - ASSAM NEWS TODAY WED NOV 06 2024

Published : November 6, 2024 at 8:30 AM IST
|Updated : November 6, 2024 at 10:39 PM IST
বৃহস্পতিবাৰে মহানগৰীৰ কোন কোন পথেৰে কৰিব পাৰিব যাতায়ত; জানিবলৈ পঢ়ক

হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্রী নে অসমৰ মুগেমবু, অসমৰ চৰদাৰ: প্ৰশ্ন মীৰা বৰঠাকুৰ গোস্বামীৰ
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ ৷ সামাজিক মাধ্যমৰ জড়িয়তে মুখ্যমন্ত্ৰী শৰ্মাক কটাক্ষ মীৰা বৰঠাকুৰৰ ৷ | Read More

মুকলি আকাশৰ তললৈ প্ৰাক্তন আলফা কেডাৰ অমৰ সিং
প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডৰ গোচৰৰ পৰা ছুপ্ৰিম ক'ৰ্টে দোষমুক্ত কৰিলে প্ৰাক্তন আলফা অমৰ সিঙক । চিবিআইৰ দলে পৰা গ্ৰেপ্তাৰ কৰিছিল প্ৰাক্তন আলফা কেডাৰজনক । | Read More

এফালে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ; আনফালে ৰাষ্ট্ৰীয় ঘাইপথত হৰি ধ্বনি দি ৰাইজৰ প্ৰতিবাদ
মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয় বিলুপ্তিৰ প্ৰতিবাদত মাণিকপুৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । চৰকাৰৰ সুমতি কামনাৰে ৰাষ্ট্ৰীয় ঘাইপথত হৰি ধ্বনি ৰাইজৰ । | Read More

সদৌ অসম ছাত্ৰ সন্থাত পদত্যাগৰ ধুমুহা
উজনি অসমত একেলগে আছু ত্যাগ কৰিলে বহু শীৰ্ষ নেতৃত্বই ৷ পদত্যাগৰ তালিকাত কোন কোন শীৰ্ষ নেতা ? জানিবলৈ পঢ়ক... | Read More

কিয় পদত্যাগ কৰিলে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতিয়ে ?
যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি পদৰ পৰা পদত্যাগ প্ৰশান্ত গোস্বামীৰ । ৰাজনৈতিক হেঁচাত পৰি পদত্যাগ কৰা সম্ভাৱনা । | Read More

জীৱন যুঁজত ধুঁৱলী-কুঁৱলী দেখিছে বিশেষভাৱে সক্ষম ভাতৃ-ভগ্নীয়ে
বিশেষভাৱে সক্ষম দুই ভাতৃ-ভগ্নীৰ কৰুণ জীৱন কাহিনী শুনিলে চকুলো ওলাব আপোনাৰ । পিতৃ-মাতৃক হেৰুৱাই অনাথ হৈ পৰিছে বিশেষভাৱে সক্ষম খোৱাঙৰ দুই ভাতৃ-ভগ্নী । | Read More

'গুৱাহাটীৰ হাওঁফাওঁ’ গড়ভঙা অভয়াৰণ্যৰ স্বীকৃতি বাতিল; ন্যায়ালয়ৰ শপতনামা দাখিলৰ নিৰ্দেশ অসম চৰকাৰক
গড়ভঙা অৰণ্যৰ বিননি ! আকৌ অসম চৰকাৰৰ প্ৰকৃতিবিৰোধী পদক্ষেপ ৷ ন্যায়ালয়ৰ মজিয়া পালেগৈ গড়ভঙাৰ অভয়াৰণ্য স্বীকৃতিৰ বাতিল প্ৰসংগ । গড়ভঙাৰ জৈৱ-বৈচিত্ৰ্য আৰু সংশয় ৷ | Read More

জালত পৰিল ভুৱা আই পি এছ শ্বাহজান
ভুৱা আই পি এছ বিষয়াৰ দপদপনি । অৱসৰপ্ৰাপ্ত শিক্ষকক ধনদাবীৰ অভিযোগ । জালত পৰিল আই পি এছ হিচাপে পৰিচয় দিয়া শ্বাহজান । | Read More

অসমৰ মুখ্যমন্ত্ৰী 'লাপাতা' : পৃথ্বিৰাজ সাথে
Dholai Bye Election 2024: অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা এআইচিচি সম্পাদক পৃথ্বিৰাজ সাথেৰ । | Read More

যোগী আদিত্যনাথ আৰু হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছাৰ কোনো ক্ষতি কৰিব নোৱাৰিব : বদৰুদ্দিন আজমল
উচ্চতম ন্যায়ালয়ে মঙলবাৰে শুনানী গ্ৰহণ কৰি উত্তৰ প্ৰদেশ ব’ৰ্ড অৱ মাদ্ৰাছা শিক্ষা আইনখনক অসাংবিধানিক বুলি ঘোষণা কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক বাতিল কৰে ৷ | Read More

এটিএমলৈ যাওঁতে সাৱধান হওক; নহ'লে আপুনিও হ'ব পাৰে প্ৰৱঞ্চনাৰ বলি
আপুনি সঘনাই এটিএম ব্যৱহাৰ কৰে নেকি ? তেনেহ'লে সাৱধান হওক । নহ'লে পৰিব পাৰে বিপদত । | Read More

অসমৰ ভূমিত নগাৰ দপদপনি; অসমীয়াক গুৰুলাগুৰুলকৈ প্ৰহাৰ
Tense situation in Merapani : মেৰাপানী সীমান্তত পুনৰ নগাৰ তাণ্ডৱ । সামান্য় কথাতেই ক্ষুদ্ৰ ব্য়ৱসায়ীক প্ৰহাৰ । | Read More

চৰকাৰী নিৰ্দেশ অমান্য; ৫ এ চি এছ বিষয়াক নিলম্বন
সৰোজ কুমাৰ ডেকা, কাব্যশ্ৰী দিহিঙীয়া, কংকনজ্যোতি শইকীয়া, পৰিস্মিতা দিহিঙীয়া আৰু জিণ্টু শৰ্মাক তাৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ নিৰ্দেশ জাৰি কৰা হৈছে । | Read More

চূণচালি ঘাটত ষট পূজাৰ প্ৰস্তুতি: ভক্তক আদৰিবলৈ সাজু আয়োজক সমিতি
Chhath puja: সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই চলিব ষট পূজা । ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে চলিছে ব্য়াপক প্ৰস্তুতি । | Read More

কোনে প্ৰকাশ কৰিলে সভাপতিৰ তালিকা ? একো গমেই নাপায় সাহিত্য সভাৰ সভাপতিয়ে !
Assam Sahitya Sabha: অসম সাহিত্য সভাৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা চলি থাকোতেই সভাপতিৰ নামৰ তালিকা কোনে কৰিলে প্ৰকাশ ? | Read More

আকৌ বিতৰ্কত ডি চি বৰ্ণালী ডেকা; চি জে এম আদালতে দিলে গোচৰ দাখিলৰ নিৰ্দেশ
মানসিকভাৱে হাৰাশাস্তি চলাই অহাৰ অভিযোগ উত্থাপনৰ পিচতো জিলা আয়ুক্তৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ নলবাৰী সদৰ আৰক্ষী থানাত কিয় পঞ্জীয়ন হোৱা নাছিল ? | Read More

সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীক 'সুধাকণ্ঠ ভূপেন হাজৰিকা সংহতি বঁটা' প্ৰদান
অসমৰ কৃষ্টি, সংস্কৃতি, আধ্যাত্মিকতা আৰু সংহতিৰ বাবে জীৱনজোৰা প্ৰচেষ্টা অব্যাহত ৰখা শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাক গোলাঘাট আছুৰ সন্মান প্ৰদান । | Read More

কটা নাযায় দীঘলীপুখুৰীৰ গছ ! ৰবীন্দ্ৰ ভৱনৰ ওচৰতেই ৰৈ যাব উৰণ সেতু- মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা
Dighalipukhuri protest: তীব্ৰ প্ৰতিবাদৰ অন্তত মুখ্যমন্ত্ৰী ঘোষণা কৰিলে যে দীঘলীপুখুৰীৰ গছবোৰ নকটাকৈয়ে নিৰ্মাণ হ'ব উৰণ সেতু । কিন্তু কেনেকৈ ? | Read More

খোদ দিছপুৰতে ১০০ শতাংশ কাম-কাজ ইংৰাজীত চলে: পলাশ চাংমাইৰ ক্ষোভ
ৰাজ্যজুৰি চলিছে ভাষা গৌৰৱ সপ্তাহ ৷ জিলাই জিলাই আয়োজন কৰা হৈছে ভিন্ন কাৰ্যসূচী ৷ চৰকাৰৰ পদক্ষেপত ক্ষোভ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ । | Read More

গভীৰ সংকটত শিক্ষাৰ্থী: বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিলেও এবছৰে নিযুক্তি দিয়া নাই উপাচাৰ্য
যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়খন এবছৰ পূৰ্বেই বিশ্ববিদ্যালয়লৈ উন্নীত হৈছিল । কিন্তু এবছৰে উন্নয়ন নহ'ল আন্তঃগাঁথনিৰ । নিযুক্তি দিয়া নাই উপাচাৰ্যও ৷ | Read More

দ গাঁত খান্দি আমি সোমাই আছিলোঁ...ভয় লাগিছিল চীনাই মাৰি পেলাই বুলি...’৬২ ৰ চীনা যুদ্ধৰ ইতিহাস সুঁৱৰিলে এগৰাকী আইতাই
ভাৰত-চীন যুদ্ধৰ ভয়াৱহ ইতিহাসে আজিও বহুতৰে বুকু কঁপাই তোলে ৷ সেই সময়ত কেনেকৈ অসমৰ ৰাইজে ৰক্ষা কৰিছিল নিজক ? এগৰাকী আইতাৰ মুখেৰে শুনো আহক- | Read More

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More