ETV Bharat / state

Sat Oct 19 2024 Assam News Live: অসমৰ শেহতীয়া বাতৰি - ASSAM NEWS TODAY SAT OCT 19 2024

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By Assam Live News Desk

Published : October 19, 2024 at 8:48 AM IST

Updated : October 19, 2024 at 10:57 PM IST

1 Min Read

10:55 PM, 19 Oct 2024 (IST)

স্মাৰ্ট মিটাৰৰ শ্বৰ্ট চাৰ্কিট চলিয়েই আছে: একেলগে ওলাল ১৮ টাকৈ সংগঠন

স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত । ইয়াৰ পিছতো গা-লৰা নাই চৰকাৰৰ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - স্মাৰ্ট মিটাৰ

10:06 PM, 19 Oct 2024 (IST)

২০২৬ৰ পূ্ৰ্বেই পতন ঘটিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ: এই ভৱিষ্যদ্বাণী কাৰ ?

অতি শীঘ্ৰেই প্ৰধানমন্ত্ৰীৰ আসনত বহিব ৰাহুল গান্ধী । ২০২৬ৰ পূৰ্বেই পতন ঘটিব অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ । কোনে কৰিলে এই ভৱিষ্যদ্বাণী ? | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - CM HIMANTA BISWA SARMA

08:49 PM, 19 Oct 2024 (IST)

একাগ্ৰতা থাকিলে কি কৰিব নোৱাৰি ! হাফলঙৰ পিংকীয়ে দেখুৱাই দিলে আবু ধাবিত

আবু ধাবিৰ এগৰাকী প্ৰতিষ্ঠিত ট্ৰাম চালক পিংকী ৰায়ে ৷ পিছে পিংকী ৰায়ৰ এই যাত্ৰা আছিল তীব্ৰ প্ৰত্যাহ্বানমূলক ৷ | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - LOCO PILOT

08:46 PM, 19 Oct 2024 (IST)

আকৌ ডাইনীকাণ্ড: কোনোমতে প্ৰাণৰক্ষা বৃদ্ধৰ

ৰাজ্যত এতিয়াও অন্ত পৰা নাই ডাইনী অন্ধবিশ্বাসৰ মহাব্যাধি । বিভিন্ন স্থানত এচাম অন্ধবিশ্বাসী লোকৰ জিঘাংসাৰ বলি হৈছে বহু নিৰীহ লোক । এইবাৰ স্থান লখিমপুৰ ৷ | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - DAINI LAKHIMPUR

08:13 PM, 19 Oct 2024 (IST)

এ পি এছ চিৰ ২০২৩ বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা: মৌখিক সাক্ষাৎকাৰৰ বাবে উত্তীৰ্ণ ৭১১ গৰাকী

শনিবাৰে এ পি এছ চিৰ ৱেবছাইট যোগে ঘোষণা কৰা হৈছে লিখিত মূল পৰীক্ষাৰ ফলাফল । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - APSC MAIN EXAM

07:06 PM, 19 Oct 2024 (IST)

প্ৰ-পত্ৰ পূৰণ কৰি চি বি আইক হিচাপ দিছে বিনিয়োগকাৰীয়ে

অনলাইন ট্রেডিং প্ৰৱঞ্চনাৰ তদন্ত । কোনে কিমান ধন বিনিয়োগ কৰিছিল দিব লাগিব হিচাপ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - অনলাইন ট্রেডিং

06:25 PM, 19 Oct 2024 (IST)

শিক্ষক সমাজৰ ডিজিটেল বিদ্ৰোহ: কাৰ বিৰুদ্ধে সোঁচ্চাৰ হ’ল এইসকল শিক্ষক

বৰ্তমানলৈ ৰাজ্যৰ প্ৰায় দুই লাখ শিক্ষকে শিক্ষা বিষয়া, সমল কেন্দ্র সমন্বয়ক আদিয়ে খোলা সকলো হোৱাটছএপ গ্ৰুপৰ পৰা ওলাই আহি বিদ্ৰোহ আৰম্ভ কৰিছে । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - ADDITIONAL WORKLOAD

05:22 PM, 19 Oct 2024 (IST)

সাংসদপত্নীক প্ৰাৰ্থিত্ব কিয় ? ক্ষোভত অগপ এৰিলে বঙাইগাঁৱৰ জিলা সভাপতি-সাধাৰণ সম্পাদকে

সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নীক প্ৰাৰ্থিত্বৰ বিৰোধিতা ৷ ক্ষোভত অগপ এৰিলে বঙাইগাঁৱৰ 34 দলীয় কৰ্মীয়ে ৷ | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - MP PHANIBHUSHAN CHOUDHURY

04:15 PM, 19 Oct 2024 (IST)

অনলাইন ট্ৰেডিং গোচৰ: ধন বিনিয়োগকাৰীক তলব চি বি আইৰ

ট্ৰেডিং এফএক্স নামৰ ট্ৰেডিং কোম্পানীত বিনিয়োগ কৰা লোকসকলক তলব চি বি আইৰ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - TRADING FX

01:50 PM, 19 Oct 2024 (IST)

ধুবুৰীৰ মাজেৰচৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ

River Erosion: খহনীয়াই কালৰূপ ধাৰণ কৰিছে ধুবুৰীৰ মাজেৰচৰত । মুহূৰ্ততে উটি গ'ল এক্সেভেটৰ । ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম কেইবাটাও পৰিয়ালৰ বাসগৃহ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - বিধ্বংসী খহনীয়া

01:05 PM, 19 Oct 2024 (IST)

শীঘ্ৰেই বৃদ্ধি পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ: হিমন্ত বিশ্ব শৰ্মা

Assam CM FB Live : নিশা মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ । মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম, মিছন বসুন্ধৰা ৩.০ কে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন মুখ্যমন্ত্ৰীৰ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - ASSAM CM FB LIVE

12:25 PM, 19 Oct 2024 (IST)

কৃষকক সকাহ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰে বুজাবুজি চুক্তি স্বাক্ষৰ

AAU signs MoU with KB: কৃষিক্ষেত্ৰত শেহতীয়া তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব । অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে আন্তৰাষ্ট্ৰীয় সংস্থা 'কেবি' সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - MOU SIGNED WITH AAU

12:14 PM, 19 Oct 2024 (IST)

সঁচাকৈয়ে হত্যা কৰিছিল নেকি পুত্ৰক ?

Mother killed son: মাৰ্ঘেৰিটাত মাতৃৰ বিৰুদ্ধে পুত্ৰক হত্যাৰ অভিযোগ । অভিযুক্ত মাতৃক আটক । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - MOTHER KILLED SON

11:56 AM, 19 Oct 2024 (IST)

অনুপ্ৰৱেশৰ চেষ্টা; কৰিমগঞ্জত আটক বাংলাদেশী নাগৰিক

Bangladeshi national apprehended: কৰিমগঞ্জ জিলাত অসম আৰক্ষীৰ জালত বাংলাদেশী নাগৰিক । অনুপ্ৰৱেশৰ চেষ্টা চলোৱা লোকজনক আটক কৰি পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিয়ালে আৰক্ষীয়ে । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - BANGLADESHI NATIONAL APPREHENDED

10:19 AM, 19 Oct 2024 (IST)

গুৱাহাটীত ৫.৫ কোটি টকাৰ ড্ৰাগছ জব্দ; ২ সৰবৰাহকাৰী আটক

Drugs Seized : এছটিএফৰ অভিযানত গুৱাহাটীৰ চানমাৰিত জব্দ বৃহৎ পৰিমণাৰ ড্ৰাগছ । ২ সৰবৰাহকাৰীকো আটক কৰিছে আৰক্ষীয়ে । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - DRUGS SEIZED

10:12 AM, 19 Oct 2024 (IST)

প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যা গোচৰ; পুনৰ গ্ৰেপ্তাৰ প্ৰাক্তন আলফা অমৰ সিঙক

Nagen Neog Murder Case : প্ৰাক্তন মন্ত্ৰী নগেন নেওগৰ হত্যাকাণ্ডৰ লগত জড়িত প্ৰাক্তন আলফা অমৰ সিঙক চি বি আইৰ গ্ৰেপ্তাৰ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - NAGEN NEOG MURDER CASE

09:55 AM, 19 Oct 2024 (IST)

জু-জিৎসু প্ৰতিযোগিতাত ৫৮ টাকৈ পদক গোলাঘাট জিলালৈ

Ju-Jitsu Association of Assam: দ্বিতীয় অসম ৰাজ্যিক জু-জিৎসু প্ৰতিযোগিতাত গোলাঘাটৰ সফলতা । আঁজুৰিলে ৫৮ টা পদক । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - JU JITSU ASSOCIATION OF ASSAM

12:40 AM, 19 Oct 2024 (IST)

শ্বপিং-মনোৰঞ্জনৰ নামত প্ৰচুৰ খৰচ হ’ব এই ৰাশিৰ লোকৰ...আৰ্থিকভাৱে লাভান্বিত হ’ব এই ৰাশিৰ লোক...চাওক আজিৰ দিনটোৰ ৰাশিফল

আজি মেষ ৰাশিত বিৰাজ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল... | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - DAILY HOROSCOPE

Last Updated : October 19, 2024 at 10:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.