ETV Bharat / state

Assam Today Live - News Updates: অসম Sat Oct 05 2024 টাটকা খবৰ

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By Assam Live News Desk

Published : October 5, 2024 at 8:48 AM IST

|

Updated : October 5, 2024 at 10:57 PM IST

Choose ETV Bharat

10:56 PM, 05 Oct 2024 (IST)

খং উঠিছিল জুবিন গাৰ্গৰ, খঙৰ কাৰণ ক'লে মন্ত্ৰী মহনে - Jogen Mohan on Zubeen Garg

Classical status to Assamese : অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানক লৈ জুবিন গাৰ্গৰ মন্তব্যৰ পাছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - DIBRUGARH

10:57 PM, 05 Oct 2024 (IST)

যোগ্যতা আছে কাৰণে আমাৰ চৰকাৰে ঋণ লৈছে: জয়ন্ত মল্লবৰুৱা - JAYANTA MALLA BARUA REACTS ON DEBT

Minister Jayanta Malla Baruah: ভূপেন বৰাক উভতি ধৰিলে জয়ন্ত মল্লবৰুৱাই । বিৰোধীত থাকিলে মুখত যি আহে তাকে ক’ব পাৰি বুলি কটাক্ষ ভূপেন বৰাক । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - MINISTER JAYANTA MALLABARUAH

10:34 PM, 05 Oct 2024 (IST)

হঠাৎ স্তব্ধ জল জীৱন মিছন, আধাতে বন্ধ পানী যোগান - Jal Jeevan Mission Assam

JMM in Assam : অসমত চৰকাৰে কি কাৰণে জল জীৱন মিছন আধাতে সামৰিলে ? পানী যোগান আঁচনিৰ কাম বন্ধ কৰাৰ কাৰণ কি জানেনে ? | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - জল জীৱন মিছন

10:17 PM, 05 Oct 2024 (IST)

সমজিলা উদ্বোধনত দ্বিতীয় দিনাও উথপথপ অসমৰ ভিন্ন প্ৰান্ত - SUB DISTRICTS IN ASSAM

Xama Zilla in Assam: শনিবাৰে উদ্বোধন কৰা হয় ১১ খন জিলাত ১৮ খন সমজিলা । কেইবাজনো মন্ত্ৰীয়ে উদ্বোধন কৰে চাৰিখনকৈ সমজিলা । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - PIJUSH HAZARIKA

09:33 PM, 05 Oct 2024 (IST)

অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা, জুবিনৰ মন্তব্যত প্ৰতিক্ৰিয়া বিধায়ক ৰূপক শৰ্মাৰ - Rupak Sarma on Zubeen Garg

Classical language Assamese : অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা সন্দৰ্ভত জুবিন গাৰ্গৰ বিতৰ্কিত মন্তব্য়ৰ পিছতেই প্ৰতিক্ৰিয়া । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - RUPAK SARMA ON ZUBEEN GARG

09:07 PM, 05 Oct 2024 (IST)

মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি : দেওবাৰৰ পৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন - Nijut Moina scheme

Assam CM: মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ অধীনত দেওবাৰে হিতাধিকাৰীক প্ৰদান কৰা হ'ব আৰ্থিক অনুদান । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - ASSAM CM

08:31 PM, 05 Oct 2024 (IST)

কংগ্ৰেছৰ কাৰ্যকালত অসম উগ্ৰপন্থীৰে ভৰি পৰিছিল: কামাখ্যা প্ৰসাদ তাছা - Priyank Kharge Controversy

Priyank Kharge on semi conductor: প্ৰিয়াংক খাৰ্গেৰ মন্তব্যক লৈ বিজেপিৰ প্ৰতিবাদ । গৌৰৱ গগৈক তীব্ৰ সমালোচনা সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - PRIYANK KHARGE ON SEMI CONDUCTOR

07:48 PM, 05 Oct 2024 (IST)

অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন, টাৱাং সংযোগী পথত যান-বাহন আৱদ্ধ - Landslide in Arunachal pradesh

West Kameng landslide: অৰুণাচলৰ নাগ মন্দিৰৰ সমীপৰ কাস্পিত নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - SONITPUR

07:47 PM, 05 Oct 2024 (IST)

কাজিৰঙাৰ এশিঙীয়া গঁড় চাবলৈ আপুনিও আহিব পাৰে ওদালবাক্ৰালৈ ! - Guwahati unique Puja Pandal

Save rhino save Kaziranga: ছেভ ৰাইন' ছেভ কাজিৰঙা বিষয়বস্তুৰে ৰাইজৰ দৃষ্টি আকৰ্ষণৰ প্ৰয়াস বৃহত্তৰ ওদালবাক্ৰা সাৰ্বজনীন পূজা মন্দিৰ কমিটীৰ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - SAVE RHINO SAVE KAZIRANGA

07:36 PM, 05 Oct 2024 (IST)

গোৱালপাৰাত আটক ১২ টাকৈ সন্দেহজনক মৌলবাদী - OPERATION AGAINST FUNDAMENTALIST

Operation against Islamic fundametalist: গোৱালপাৰাত মৌলবাদী সংগঠনৰ বিৰুদ্ধে NIA আৰু আৰক্ষীৰ যুটীয়া অভিযান । গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ১২ জনকৈ লোকক আটক । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - FUNDAMENTALIST OPERATION

06:39 PM, 05 Oct 2024 (IST)

উচ্ছেদস্থলীবোৰত মৌলবাদী ঘূৰি ফুৰিছে : মুখ্যমন্ত্ৰী - Assam CM on fundamentalist forces

NIA arrests fundamentalist: গোৱালপাৰাত মৌলবাদীক গ্ৰেপ্তাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ অসমৰ মুখ্যমন্ত্ৰীৰ । ৰাজ্যত মৌলবাদী শক্তিৰ বৃদ্ধিৰ ইংগিত । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - NIA

06:22 PM, 05 Oct 2024 (IST)

হিতাধিকাৰী সৃষ্টিৰ ক্ষেত্রত অলপো কৃপনালি কৰা নাই চৰকাৰে: মীৰা বৰঠাকুৰ গোস্বামী - ASSAM GOVT IN FINANCIAL CRISIS

Assam Govt: বিভিন্ন বিভাগৰ জমা ধন ৰাজকোষলৈ প্ৰেৰণৰ নিৰ্দেশ বিত্ত বিভাগৰ । ৰাজ্যৰ বিত্তীয় অৱস্থাক লৈ সৰৱ প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - ASSAM GOVT

06:06 PM, 05 Oct 2024 (IST)

ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাটো শুভ লক্ষণ কিন্তু... কিয় এনেকৈ ক'লে ময়ুৰ বৰাই ? - Classical Status to Assamese

Classical Language Assamese :অসমীয়াই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাটো নৃত্য-নাটিকাৰ নিচিনা হ'ব নালাগে বুলি কিয় ক'লে বিশিষ্ট চিন্তাবিদ ময়ুৰ বৰাই ? | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - MAJULI

05:42 PM, 05 Oct 2024 (IST)

উৎসৱে গঢ়ে ঐক্য, গঢ়িছে হিন্দু-মুছলমানৰ সম্প্ৰীতি কাহিনী - Communal harmony Rangia

Durga Puja Exemplify: ধৰ্মীয় অসহিষ্ণুতাই আৱৰি ধৰা সমাজৰ বিপৰীতে সম্প্ৰীতিৰ অনন্য নিদৰ্শন । গঢ়িছে হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতি । সাংবাদিক বন্দনা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - DURGA PUJA EXEMPLIFY

05:35 PM, 05 Oct 2024 (IST)

অসম সন্মিলিত মৰ্চা চমুকৈ 'অসম' নামেৰে জনা যাব বিৰোধী মিত্ৰজোঁটক - Assam oppositions alliance

Asom Sanmilita Morcha: কংগ্ৰেছৰ নেতৃত্বত গঠিত বিৰোধী ঐক্য মঞ্চক নতুন নামেৰে নামাকৰণ । অসম সন্মিলিত মৰ্চা চমুকৈ 'অসম' নাম দিয়া হ'ল বিৰোধী মিত্ৰজোঁটক । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - OPPOSITION UNITY FORUM ASSAM

04:25 PM, 05 Oct 2024 (IST)

কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল মহিলাৰ - Dibrugarh murder case

Sensational murder case: প্ৰথমে অমানুষিক অত্যাচাৰ আৰু পিছত মাতৃক ডিঙি চেপি হত্যা যুৱকৰ । লাহোৱাল আৰু ডিকমত দুটাকৈ মৃতদেহ উদ্ধাৰ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - MURDER IN DIBRUGARH

04:10 PM, 05 Oct 2024 (IST)

ফেব্ৰুৱাৰীত স্থাপন হ'ব আৰু ৫২খন সমজিলা :মুখ্যমন্ত্ৰীৰ ঘোষণা - Equal District in Assam

Jalukbari equal district : জালুকবাৰীত সমজিলা মুকলি । মহকুমাতকৈ সমজিলাত অধিক ক্ষমতা দিয়া‌ হৈছে বুলি মন্তব্য় মুখ্য়মন্ত্ৰীৰ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - সমজিলা

02:19 PM, 05 Oct 2024 (IST)

অসমীয়া যুৱকৰ হাতৰ পৰশত প্ৰাণৱন্ত হৈছে দেৱী দুৰ্গা - Durga Puja 2024

Moran Youth Ideal Work : চৰাইদেউৰ ৰাঙলীৰ তৰানী পথাৰৰ মানস প্ৰতিম বৰা এতিয়া সকলোৰে চৰ্চাত । কিয় চৰ্চাত এইগৰাকী যুৱক ? | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - DURGA PUJA AT MORAN

02:19 PM, 05 Oct 2024 (IST)

ঐতিহাসিক ৰামখাপীঠ দেৱালয়:ইয়াৰ ইতিহাস শুনিলে আপুনি আচৰিত হ'ব ! - Ramkha Peeth Devalaya

Ramkha Peeth Devalaya History : শিৱসাগৰৰ দিখৌমুখত থকা প্ৰাচীন শক্তিপীঠ ৰামখাপীঠ দেৱালয়ৰ সৈতে চ্যুকাফাৰ কি সম্পৰ্ক আছে ? | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - RAMKHA PEETH DEVALAYA HISTORY

12:23 PM, 05 Oct 2024 (IST)

জে এম চি এইচতো বৃদ্ধি চিকিৎসা সেৱা মাচুল; পঞ্জীয়নৰ পৰা অস্ত্ৰোপচাৰলৈ সকলোতে সীমাহীন হাৰত মাচুল বৃদ্ধি - Jorhat Medical College Hospital

Medical Service Charges in JMCH : জি এম চি এইচৰ পিছত এইবাৰ জে এম চি এইচত চিকিৎসা সেৱা মাচুল কেইবাগুণ হাৰত বৃদ্ধি । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - JMCH MEDICAL CHARGES

09:25 AM, 05 Oct 2024 (IST)

মেলেৰিয়া বিষয়াৰ ১৪টা পদৰ বাছনি প্রক্রিয়াক খাৰিজ; আদালতত এ পি এছ চিৰ আন কেলেংকাৰী উন্মোচন - Gauhati High Court

District malaria officer: দুৰ্নীতিৰ অভিযোগত এ পি এছ চিৰ ১৪ খন জিলাৰ মেলেৰিয়া বিষয়াৰ বাছনি বাতিল কৰি নতুনকৈ বাছনি প্ৰক্ৰিয়াৰ নিৰ্দেশ দিয়া হৈছে । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - DISTRICT MALARIA OFFICER

08:26 AM, 05 Oct 2024 (IST)

৮ অক্টোবৰত ৰাজ্য চৰকাৰে পুনৰ ল'ব ৭৫০ কোটিৰ ঋণ - Assam Govt RBI Loan

Assam Govt Debt : অসম চৰকাৰে পুনৰ ল'ব ৭৫০ কোটি টকাৰ ঋণ । ছেপ্টেম্বৰ মাহতো এটা সপ্তাহতে দুবাৰকৈ ঋণ লৈছিল ৰাজ্য চৰকাৰে । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - ASSAM GOVT DEBT

07:17 AM, 05 Oct 2024 (IST)

ADRE-ৰ লিখিত পৰীক্ষাৰ পাচতেই চাকৰিৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত শিক্ষক - Fraud in ADRE

Teacher Arrested in Nagaon : চাকৰিৰ নামত দালালিত নামিছে খোদ চৰকাৰী শিক্ষক । চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত শিক্ষক । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - FRAUD IN THE NAME OF GOVT JOB
Last Updated : October 5, 2024 at 10:57 PM IST