হায়দৰাবাদ : Mumbai Indians vs Chennai Super Kings : আই পি এল ২০২৫ৰ ৩৮ সংখ্যক মেচত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছক ৯ উইকেটত পৰাস্ত কৰে ।
ৱানখেদে ষ্টেডিয়ামত খেলা এই মেচখনত চি এছ কেয়ে এম আইৰ বাবে ১৭৭ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল, যিটো মুম্বাইয়ে ১৫.৪ অভাৰত সহজেই লাভ কৰিছিল মাত্ৰ ১টা উইকেট হেৰুৱাই । ৰোহিতৰ অপৰাজিত ৭৬ আৰু সূৰ্যৰ অপৰাজিত ৬৮ ৰাণৰ বাবে ।
A perfect way to wrap a dominant victory and seal back-to-back home wins 💙@mipaltan sign off tonight by winning round 2⃣ against their arch rival 🥳
— IndianPremierLeague (@IPL) April 20, 2025
Scorecard ▶ https://t.co/v2k7Y5tg2Q#TATAIPL | #MIvCSK pic.twitter.com/u2BDXfHpXJ
এই জয়ৰ পাচতে মুম্বাই ইণ্ডিয়ানছে ৮ খন খেলৰ পৰা ৮ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ ষষ্ঠ স্থানলৈ আগবাঢ়িছে । আনহাতে চেন্নাই এতিয়াও ৮ খন খেলৰ পৰা ৪ পইণ্ট লাভ কৰি তলৰ স্থানত আছে ।