অহা বাটেৰেই উভতি গ'ল অসমীয়াৰ হিয়াৰ আমঠু, আজি যেন স্তব্ধ হৈ পৰিছে ৰাজ্য়বাসীৰ হৃদস্পন্দন
প্ৰিয় ড্ৰেগণ সাজযোৰ পিন্ধি অৱশেষত পঞ্চভূতত বিলীন হ'ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ । অগণন লোকৰ অশ্ৰু শ্ৰদ্ধাঞ্জলিৰ মাজেৰে অগ্নিদেৱতাৰ কোলাত শুই গুচি গ'ল জোনবাইৰ দেশলৈ...
(ETV Bharat Assam)

Published : September 23, 2025 at 11:48 PM IST

