ETV Bharat / photos

তৃপ্তি ডিমৰীয়ে পৰিয়ালৰ সৈতে উদযাপন কৰিছে জন্মদিন, লাভ কৰিলে বিশেষ উপহাৰ

Tripti Dimri celebrates her Birthday with family, See pics
Tripti Dimri Birthday: শেহতীয়াকৈ এনিমেল ছবিৰ জয়া খ্যাত অভিনেত্ৰী তৃপ্তি ডিমৰীয়ে উদযাপন কৰিছে নিজৰ ৩০ বছৰীয়া জন্মদিন । এতিয়া অভিনেত্ৰীগৰাকীয়ে তেওঁৰ জন্মদিন উদযাপনৰ কিছু ছবি শ্বেয়াৰ কৰিছে ।
author img

By ETV Bharat Assamese Team

Published : February 25, 2024 at 10:48 AM IST

1 Min Read
Choose ETV Bharat