ETV Bharat / photos

অনন্ত ধামলৈ গতি কৰা অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
জয় জুবিন দা, মিচ ইউ জুবিন দা শ্ল'গানেৰে মুখৰ কাহিলীপাৰাৰ বাসগৃহ । হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে । ডেকাৰ পৰা বৃদ্ধলৈকে প্ৰতিজনে গীতে-মাতে প্ৰিয় শিল্পীগৰাকীক কৰিছে স্মৰণ । (tribute to zubeen garg)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 10:56 PM IST

1 Min Read
Choose ETV Bharat