ঐতিহাসিক জোনবিল মেলাৰ কেইটামান বিশেষ মুহূৰ্ত - HISTORIC JONBEEL MELA

শনিবাৰে সামৰণি পৰিল জোনবিল মেলা ৷ জাগীৰোডৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত থকা জোনবিলৰ পাৰত অনুষ্ঠিত হয় এই মেলা । মাঘ বিহুৰ পিছৰটো সপ্তাহত এই মেলা অনুষ্ঠিত হয় ৷ পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে আলু, কচু আদি বিনিময় কৰে ভৈয়ামৰ লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, মাছ আদিৰ সৈতে ।
(ETV Bharat Assam)

Published : January 18, 2025 at 8:19 PM IST
|Updated : January 18, 2025 at 9:01 PM IST
1 Min Read
Last Updated : January 18, 2025 at 9:01 PM IST