মহা অম্বুবাচীৰ মহাযোগ, সাধু-সন্তৰে ভৰিছে নীলাচলৰ বুকু
মহা অম্বুবাচী উপলক্ষে আৰাধনাৰস্থলী, অনন্য শক্তিপীঠ মা কামাখ্যা মন্দিৰত এতিয়া এক উখল-মাখল পৰিৱেশ । নীলাচল পাহাৰত এতিয়া দেশ-বিদেশৰ সাধু-সন্ন্যাসী আৰু ভক্ত-দৰ্শনাৰ্থীয়ে কৰিছে মা কামাখ্যাৰ আৰাধনা । পলকতে চাও আহক কেইখনমান বিশেষ ছবি ।
(ETV Bharat Assam)

Published : June 21, 2025 at 4:22 PM IST

