আপোনাৰ সাধাৰণ শাৰীও হৈ পৰিব আকৰ্ষণীয় যেতিয়া টেইলাৰক চিলাবলৈ দিব শিল্পা শ্বেট্টীৰ এই ব্লাউজৰ ডিজাইন
বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টী নিজৰ ফিগাৰ আৰু ফেশ্বন চেন্সৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে আৰু কেৱল এইটোৱেই নহয়, মহিলাসকলেও তেওঁৰ শাৰী পিন্ধাৰ ধৰণক খুবেই পচন্দ কৰে, শাৰী লুকৰ লগতে মহিলাসকলে তেওঁৰ ব্লাউজৰ ডিজাইনত মোহিত । যদি আপুনিও সুন্দৰ ডিজাইনত ব্লাউজ চিলোৱাৰ কথা ভাবিছে তেন্তে অভিনেত্ৰীগৰাকীৰ এই ডিজাইনসমূহ অনুসৰণ কৰিব পাৰে-
(INSTAGRAM)

Published : August 22, 2025 at 3:34 PM IST
|Updated : August 22, 2025 at 3:43 PM IST
Last Updated : August 22, 2025 at 3:43 PM IST

