মাহীয়েকৰ ঘৰলৈ যোৱাৰ সময়ত ভক্তপ্ৰাণ ৰাইজৰ মাজত ভগৱান জগন্নাথৰ কিছু অলৌকিক আলোকচিত্ৰ চাওঁ আহক...
পৃথিৱী বিখ্যাত পুৰীৰ ৰথযাত্ৰা । এই যাত্ৰাৰ সময়তে ভগৱান জগন্নাথক এবাৰ কাষৰ পৰা চাবলৈ ভিৰ কৰে অগণন ভক্তপ্ৰাণ ৰাইজে ৷ এই পবিত্ৰ যাত্ৰাৰ কিছু আলোকচিত্ৰ চাওঁ আহক...
(ETV Bharat Odisha)

Published : June 30, 2025 at 3:45 PM IST

