পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু... ব্যস্ততা বাঢ়িছে প্ৰতিগৰাকী অসমীয়াৰ - BOHAG BIHU 2025

পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু । পহিলা ব'হাগলৈ মাজত মাথোঁ এটা দিন বাকী । ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে চৌদিশ । গাঁৱে-ভূঞে, চহৰে-নগৰে সকলোতে অসমীয়া নৱবৰ্ষক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে । সোমবাৰে গৰু বিহু, মঙলবাৰে মানুহ বিহু । যাৰবাবে এতিয়া সকলো ব্যস্ত হৈ পৰিছে ।
(ETV Bharat Assam)

Published : April 13, 2025 at 9:59 PM IST
1 Min Read