ETV Bharat / photos

ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ত্যাগৰ উৎসৱ ঈদ-উল-আজহাৰ কিছু আলোকচিত্ৰ চাওঁ আহক

ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ত্যাগৰ উৎসৱ ঈদ-উল-আজহা
আজি ৰাজ্যজুৰি পালন কৰা হৈছে ঈদ-উল-আজহা । বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ত্যাগৰ উৎসৱ স্বৰূপ ঈদ-উল-আজহা উপলক্ষে ৰাজ্যৰ ঈদগাহ ময়দান আৰু মছজিদসমূহত পুৱাৰ ভাগত সমূহীয়া নামাজ সম্পন্ন হয় । এই সমূহীয়া নামাজত কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 7, 2025 at 10:43 PM IST

1 Min Read
Choose ETV Bharat