ৰূপ সলাব গুৱাহাটীয়ে, অত্যাধুনিক সাজ-সজ্জাৰে মুকলিৰ যো-জা এখন আটকধুনীয়া উদ্যান
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ৰিভাৰফ্ৰণ্ট উন্নয়ন প্ৰকল্পৰ অধীনত নিৰ্মাণ আন এখন আটকধুনীয়া উদ্যান । উজান বজাৰত নিৰ্মাণ কৰা হৈছে ২ কিল’মিটাৰ দৈৰ্ঘৰ উদ্যানখন । ৩০০ কোটি ব্যয় সাপেক্ষে নিৰ্মিত উদ্যানখন ছেপ্টেম্বৰ-অক্টোবৰৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে ।
(Brahmaputra Riverfront park)

Published : July 11, 2025 at 9:38 PM IST

