ETV Bharat / photos

নৱৰাত্ৰিৰ তৃতীয় দিনা পৰিধান কৰক এই বিশেষ ৰঙৰ পোচাক আৰু বিশেষ কৰি তোলক আপোনাৰ নৱৰাত্ৰি

নৱৰাত্ৰিৰ তৃতীয় দিনা পৰিধান কৰক এই বিশেষ ৰঙৰ পোচাক আৰু বিশেষ কৰি তোলক আপোনাৰ নৱৰাত্ৰি
নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱৰ সময়ত দেৱীৰ নটা ৰূপৰ ন দিন ধৰি পূজা কৰা হয়, নৱৰাত্ৰিৰ প্ৰতিটো দিন এটা নিৰ্দিষ্ট ৰঙৰ বাবে উৎসৰ্গা কৰা হয়, বিশ্বাস কৰা হয় যে এই ৰংবোৰ দেৱীৰ অতি প্ৰিয়, সেয়ে নৱৰাত্ৰিৰ দিনবোৰৰ ওপৰত ভিত্তি কৰি ভক্তসকলে নিজৰ সাজ-পোছাকৰ ৰং বাছি লয়। নৱৰাত্ৰিৰ তৃতীয় দিনটোৰ ৰং জানো আহক- (Instagram)
author img

By ETV Bharat Lifestyle Team

Published : September 23, 2025 at 4:36 PM IST

1 Min Read
Choose ETV Bharat