ETV Bharat / photos

আজি নাঙল বিহু; জনবিশ্বাস মতে, আজিৰ দিনটোতে মহাদেৱে জুৰিছিল প্ৰথম হাল - NANGOL BIHU 2025

আজি চহা খেতিয়কৰ বিহু
নাঙল বিহু, ৰঙালী বিহুৰ আজি পঞ্চমটো দিন । জনবিশ্বাস মতে, আজিৰ দিনটোতে মহাদেৱে জুৰিছিল প্ৰথম হাল ৷ সেই মান্যতা অনুসৰি এই দিনটোতেই চহা কৃষক ৰাইজে পালন কৰে নাঙল বিহু । নাঙলৰ প্ৰধান কাম হ'ল মাটি চাহ কৰা । বহল কৃষিভূমিত বীজ বা কঠীয়া ৰোপণ কৰিবলৈ নাঙলেৰে হাল বোৱা হয় । (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 18, 2025 at 7:59 AM IST

1 Min Read
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.