ETV Bharat / photos

গ্ৰন্থৰ সুৱাস বিচাৰি প্ৰথম কলিয়াবৰ গ্ৰন্থমেলাৰ বাকৰিত মন্ত্ৰী বিমল বড়া

কলিয়াবৰৰ গ্ৰন্থমেলাত মন্ত্ৰী বড়া
বিগত ১১ ফেব্ৰুৱাৰীৰ পৰা কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী খেলপথাৰত আয়োজন কৰা হৈছে গ্ৰন্থমেলা ৷ এই গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থৰ সুৱাস বিচাৰি শনিবাৰে উপস্থিত হয় মন্ত্ৰী বিমল বড়া ৷ (@BimalBorah119)
author img

By ETV Bharat Assamese Team

Published : February 16, 2025 at 10:57 AM IST

1 Min Read
Choose ETV Bharat