ETV Bharat / photos

৬ নে ৭ অক্টোবৰ ? লক্ষ্মী পূজা কেতিয়া ? কি কয় পঞ্জিকাই ?

৬ নে ৭ অক্টোবৰ ? কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা অনুসৰি কেতিয়া পালন কৰা হ’ব লক্ষ্মী পূজা
ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক প্ৰাৰ্থনা কৰি হিন্দু ধৰ্মাৱলম্বী লোকসকলে লক্ষ্মী পূজা পালন কৰে । পূব ভাৰতৰ পশ্চিম বংগ, অসম, ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জী মতে শাৰদীয় পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমা তিথিত লক্ষ্মী পূজা পালন কৰা হয়। কিন্তু ৬ নে ৭ অক্টোবৰত পালন কৰা হ’ব লক্ষ্মী পূজা ? (CANVA)
author img

By ETV Bharat Lifestyle Team

Published : October 4, 2025 at 6:34 PM IST

1 Min Read
Choose ETV Bharat