ETV Bharat / photos

অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিঙত ক’লা বডিকন সাজেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে কিয়াৰাই, চাওক ফটো

Kiara Advani Pics from Anant-Radhika pre wedding function
Kiara Advani Pics: সকলোৰে দৃষ্টি অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত । ইফালে এই অনুষ্ঠানত স্বামী সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে গুজৰাটৰ জামনগৰত উপস্থিত হৈছিল কিয়াৰা আদৱানী ৷ এতিয়া অনুষ্ঠানৰ পৰা প্ৰথম দিনাৰ ফটো শ্বেয়াৰ কৰিছে কিয়াৰা আদৱানীয়ে ।
author img

By ETV Bharat Assamese Team

Published : March 2, 2024 at 9:53 AM IST

1 Min Read
Choose ETV Bharat