কৰৱা চৌথত হৈ পৰিব আকৰ্ষণৰ কেন্দ্ৰবিন্দু, যেতিয়া পৰিধান কৰিব এই ডিজাইনৰ ৰঙা ৰঙৰ শাৰী
প্ৰতিগৰাকী বিবাহিতা মহিলাৰ বাবে বিশেষ উৎসৱ হৈছে কৰৱা চৌথ ৷ অৱশ্যে অসমীয়া সমাজ জীৱনৰ সৈতে এই সংস্কৃতিৰ কোনো সম্পৰ্ক নাই ৷ এই উৎসৱে প্ৰেম আৰু স্বামী-স্ত্ৰীৰ পবিত্ৰ মিলনক প্ৰতিনিধিত্ব কৰে ৷ এই বিশেষ দিনটোত বলীউডৰ অভিনেত্ৰীসকলে পিন্ধা এই ৰঙা শাৰীৰ লুক আপুনিও অনুসৰণ কৰিব পাৰে-
(Image Credits: Instagram)

Published : October 9, 2025 at 5:16 PM IST

