ETV Bharat / photos

অসমত কেতিয়া পালন কৰা হ’ব কৃষ্ণ জন্মাষ্টমী ? জানি লওক সঠিক তাৰিখ

অসমত কেতিয়া পালন কৰা হ’ব কৃষ্ণ জন্মাষ্টমী ? জানি লওক সঠিক তাৰিখ
আৰম্ভ হ’ল উৎসৱৰ বতৰ । দেশবাসীয়ে উলহ-মালহেৰে পালন কৰিলে ৰাখীবন্ধন, সমগ্ৰ দেশতে অতি আড়ম্বৰেৰে পালন কৰা হিন্দু ধৰ্মৰ অন্যতম প্ৰধান উৎসৱ কৃষ্ণ জন্মাষ্টমী ৷ এইবাৰৰ জন্মাষ্টমীৰ দিনক লৈ বিভিন্ন দোমোজাৰ সৃষ্টি হৈছে । যে জন্মাষ্টমী কেতিয়া পালন কৰা হ’ব ? আজি এই বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে বিতংভাৱে জানি লও আহক- (Janmashtami 2025)
author img

By ETV Bharat Lifestyle Team

Published : August 15, 2025 at 2:03 PM IST

1 Min Read
Choose ETV Bharat