ETV Bharat / photos

আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱসৰ দিনাই চাওঁ আহক কাজিৰঙাৰ বাঘৰ কিছু মনোমোহা আলোকচিত্ৰ

Kaziranga National Park
আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস ৷ ব্যাঘ্ৰ দিৱসৰ আজিৰ দিনটোত চাওঁ আহক বিতোপন কলঙৰ লেঞ্চেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাঘৰ কিছু আলোকচিত্ৰ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী জ্যেষ্ঠ ট্যুৰিষ্ট গাইড হিচাপে কৰ্মৰত বিতোপন কলং ৷ (Bitupan Kolong, Wildlife Photographer)
author img

By ETV Bharat Assamese Team

Published : July 29, 2025 at 2:54 PM IST

|

Updated : July 29, 2025 at 5:59 PM IST

1 Min Read
Choose ETV Bharat
Last Updated : July 29, 2025 at 5:59 PM IST