ETV Bharat / photos

চৌদিশে কেৱল লেতেৰা পানী আৰু পানী, এই বানত দিশহাৰা জনতা - ASSAM FLOOD 2025

ক্ৰমাৎ জটিল হৈছে বান পৰিস্থিতি
কৃত্ৰিম বানত উটি গ'ল গুৱাহাটী স্মার্ট চিটী । ক'ৰবাত যদি একাঠু ,ক'ৰবাত এবুকু । বিগত দুদিন ধৰি কৃত্ৰিম বাবে জ্বলা-ক'লা খুৱাইছে মহানগৰবাসীক । হাতীগাঁও, ৰুক্মিণী গাঁও, ছার্ভে, বেলতলা, সাতগাঁও, অনিল নগৰ, নবীন নগৰ সকলোতে অৱর্ণনীয় পৰিৱেশ । এই প্ৰতিবেদনত গুৱাহাটীৰ বিভিন্ন স্থানৰ ছবি দাঙি ধৰা হৈছে- (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2025 at 8:12 PM IST

1 Min Read
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.