প্ৰচণ্ড ধুমুহা, বিজুলী-ঢেৰেকণি আৰু বৰষুণৰ ফলত মহানগৰীত অবর্ণনীয় পৰিস্থিতি সৃষ্টি
গুৱাহাটী: গুৱাহাটী আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলত শনিবাৰে নিশা হোৱা প্ৰচণ্ড ধুমুহা, বিজুলী-ঢেৰেকণি আৰু বৰষুণৰ ফলত অবর্ণনীয় পৰিস্থিতি সৃষ্টি হয় । মহানগৰীৰ বিভিন্ন স্থানত প্রকাণ্ড গছ উভালি পৰাৰ লগতে উৰণসেতু নির্মাণত ব্যৱহৃত সামগ্রী, হ'র্ডিং আদি উৰুৱাই নিয়াত দীর্ঘসময় যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে ।
(ETV Bharat Assam)

Published : May 11, 2025 at 2:25 PM IST

