ETV Bharat / photos

যেতিয়া ফটোৱে কাহিনী কয়, ফটোৱে হৃদয়ৰ গান চকুপানী কৰি নিগৰায়...

জনতাৰ শিল্পীক শেষ ঠিকনালৈ নিয়াৰ পূৰ্বে  হিয়া ঢাকুৰি কান্দিছে অনুৰাগীয়ে
সকলোকে কন্দুৱাই অজান বাটেৰে গুছি গ’ল অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ৷ জনতাৰ শিল্পীগৰাকীৰ অকাল মৃত্যুক যেন কোনেও মানি ল’ব পৰা নাই ৷ শেষবাৰৰ বাবে নিজৰ প্ৰিয় শিল্পীগৰাকীক এবাৰ সাক্ষাতৰ বাবে উদগ্ৰীৱ গুণমুগ্ধ ৷ কান্দোনত ভাঙি পৰিছে অনুৰাগী ৷ মৰমৰ জুবিন দা আৰু নাই... কোনে কাক দিব সান্ত্বনা ৷ (@Debajit Amit FB account)
author img

By ETV Bharat Assamese Team

Published : September 23, 2025 at 11:17 AM IST

1 Min Read
Choose ETV Bharat