ETV Bharat / photos

গুৱাহাটীৰ বতাহত গুঞ্জৰিত গণেশ বন্দনা

মহানগৰীত গুঞ্জৰিত হৈছে গণেশ বন্দনা
আজি গণেশ চতুৰ্থী । লোকবিশ্বাস অনুসৰি গণেশ চতুৰ্থীৰ দিনা গণেশ দেৱতাৰ আবিৰ্ভাৱ হৈছিল । সমগ্ৰ দেশৰ লগতে  গুৱাহাটী মহানগৰীতো গণেশ চতুৰ্থী উদযাপন কৰা হৈছে । মহানগৰীৰ গণেশ মন্দিৰত চলিছে সিন্ধিবিনায়কৰ পূজা অৰ্চনা । (GANESH PUJA 2025 CELEBRATED IN GUWAHATI)
author img

By ETV Bharat Assamese Team

Published : August 27, 2025 at 1:49 PM IST

1 Min Read
Choose ETV Bharat