গণেশ বন্দনাৰে মুখৰিত ৰাজ্য; মন্দিৰত অগণন ভক্তৰ ভিৰ - GANESH PUJA 2025

আজি গণেশ পূজা । ৰাজ্য মন্দিৰ, দেৱালয়ত পুৱাৰে পৰা ভক্তই সিদ্ধি বিনায়কৰ পূজা-অৰ্চনা কৰা দেখা গৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ গুৱাহাটী মহানগৰীৰ লতাশিল, গণেশগুৰি, খানাপাৰা, বতাহঘূলিৰ গণেশ মন্দিৰত অগণন ভক্তৰ ভিৰ দেখা গৈছে ৷
(ETV Bharat Assam)

Published : February 2, 2025 at 1:44 PM IST
1 Min Read