ETV Bharat / photos

মাঘী পূৰ্ণিমা ২০২৫ : মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমত ভগৱানক ভক্তই অৰ্ঘ্য আগবঢ়োৱাৰ অপূৰ্ব দৃশ্য

পুষ্প বৃষ্টি
মাঘী পূৰ্ণিমা উপলক্ষে বিগত ১২ফেব্ৰুৱাৰীত মহাকুম্ভত ২কোটিৰো অধিক ভক্তই স্নান কৰে ৷ উক্ত দিনা প্ৰয়াগৰাজৰ মহাসংগমত স্নান কৰাৰ বাবেই ইয়াক ‘‘মাঘ পূৰ্ণিমা স্নান’’ বুলিও কোৱা হয় ৷ বহু হুলস্থুলৰ মাজতো জানুৱাৰী মাহত প্ৰায় পাঁচ লাখ ‘কল্পবাসী’য়ে নীতি নিয়ম পালন কৰি উভতি গৈছে । (AP)
author img

By ETV Bharat Assamese Team

Published : February 16, 2025 at 12:23 PM IST

1 Min Read
Choose ETV Bharat