ETV Bharat / photos

পৰম্পৰাগত ৰীতি-নীতিৰে চহা অসমীয়াই উদযাপন কৰিছে গৰু বিহু - GORU BIHU 2025

অসমীয়া সমাজৰ হেঁপাহৰ ৰঙালী বিহুটি
চাওঁতে চাওঁতে আকৌ আহি পালে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি ৷ ব'হাগতে প্ৰকৃতিয়ও ন ৰূপ লৈ ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে ৷ আজি গৰু বিহু ৷ উৰুকাৰ পিছদিনা পুৱাই ঘৰৰ গো-ধনকেইটাক নোওৱা হয় ৷ এই বিহুতে নাহৰৰ পাতত মন্ত্র লিখি ঘৰৰ চালতো গুজি দিয়া হয় ৷ চাওঁ আহক বিহুৰ বিশেষ কেইখনমান ফটো... (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 14, 2025 at 4:04 PM IST

1 Min Read
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.