কৃত্ৰিম বানে ঘটিয়ে ঘটিয়ে পানী খুৱাইছে গুৱাহাটীবাসীক

তিনিদিন ধৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ গৈ আছে । বিশেষকৈ দুদিনৰ পিছতো শাম কটা নাই ৰুক্মিণীগাঁৱৰ কৃত্ৰিম বান পৰিস্থিতি ৷ বৃহস্পতিবাৰে বিয়লি অহা মুষলধাৰ বৰষুণজাকৰ ফলতে ডুব গৈছিল মহানগৰীৰ বিস্তৃত অঞ্চল ৷
(ETV Bharat Assam)

Published : August 29, 2025 at 5:53 PM IST

