ETV Bharat / photos

জানমণিয়ে স্বামীৰূপে বৰণ কৰিলে মানস বৰুৱাক

actresses Shyamontika Sharma got married to director Manas Barua
অসমৰ বিশিষ্ট বোলছবি পৰিচালক প্ৰয়াত মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে বিয়াত বহিল অভিনেত্ৰী শ্যামন্তিকা শৰ্মা । গোলাঘাটৰ শালমাৰা বাইপাছস্থিত বৰগছ ৰিজ’ৰ্টত অনুষ্টুপীয়াকৈ এই বিবাহ সম্পন্ন হয় । ৰিজ’ৰ্টৰ চৌহদত থকা মন্দিৰত পৰিয়ালৰ লোকৰ উপস্থিতত পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে মানস বৰুৱাই অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ শিঁৰত সেন্দূৰ পিন্ধাই । (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : February 6, 2025 at 5:36 PM IST

|

Updated : February 6, 2025 at 7:01 PM IST

1 Min Read
Choose ETV Bharat
Last Updated : February 6, 2025 at 7:01 PM IST