পৰ্যটকৰ বাবে সুৰক্ষিত উত্তৰ-পূৰ্বাঞ্চল, শান্তিৰ সমদলৰ জৰিয়তে স্পষ্ট বাৰ্তা মেঘালয়বাসীৰ
ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ পাচতে মেঘালয়ত স্থানীয় লোকে বহিঃৰাজ্যৰ পৰ্যটকক হত্যা/লুটপাত চলোৱা বুলি সামাজিক মাধ্যমৰ লগতে একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও ঋণাত্মক বাতৰি প্ৰচাৰ কৰিছিল।অৱশ্যে ঘটনাৰ ইতিমধ্যে সত্যতা পোহৰলৈ আহিছে।সেয়ে চোহৰাৰ ৰাইজে ৰঘুবংশীৰ অকাল বিয়োগ আৰু পৰিয়ালক সমবেদনা জনাই শান্তিৰ সমদল বাহিৰ কৰে, লগতে উত্তৰ-পূৰ্বাঞ্চল পৰ্যটকৰ বাবে সুৰক্ষিত তাৰ স্পষ্ট বাৰ্তা দিয়ে।
(ETV Bharat)

Published : June 10, 2025 at 11:10 PM IST

