ETV Bharat / lifestyle

শিক্ষা, স্বাস্থ্য়, গাৰ্হস্থ্য, আৰ্থিক ক্ষেত্ৰত আপোনাৰ কেনে যাব আজিৰ দিনটো... জানো আহক আজিৰ ৰাশিফল - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope for 16th June 2025
জানো আহক আজিৰ ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 16, 2025 at 4:15 AM IST

4 Min Read

মেষ ৰাশি: আপুনি নতুন দায়িত্ব বহন কৰিব । নতুন অধ্যয়ন কর্মত ব্যস্ত হৈ পৰিব আৰু কাৰ্য কৰিবলৈ ভাগৰি পৰিব । আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ।

বৃষ ৰাশি: ব্যৱসায় বঢ়াবৰ বাবে পৰিকল্পনাত ব্যস্ত থাকিব পাৰে । আপোনাৰ উদ্ভাৱনী ধাৰণা আৰু উন্নত প্ৰযুক্তিয়ে আপোনাৰ ব্যৱসায়ক বাঞ্চিত পৰিণাম দিব । তথাপিও, সকলো ঠিকে ঠাকে যাবলৈ অলপ সময়ৰ প্ৰয়োজন হ'ব । ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰিব লগা হ'ব পাৰে । কৰ্মস্থলীত আপোনাৰ জ্যেষ্ঠসকল আপোনাৰ কামৰ দ্বাৰা প্ৰভাৱান্বিত হ'ব; পদোন্নতিৰ আশা কৰিব পাৰে । পিতৃ তথা বয়োজ্যেষ্ঠসকলৰ পৰা উপকৃত হ'ব ।

মিথুন ৰাশি: সতৰ্ক হোৱা উচিত । আজি আপুনি বহুতো ব্যক্তিক আঘাত কৰিব পাৰে । প্ৰেমৰ সম্পর্ক ভাল হʼব । বিয়া আৰু সংযোগত সফল লাভ হʼব । বিবাহিত জীৱন আনন্দৰ হʼব ।

কৰ্কট ৰাশি: ভোজ, সুস্বাদ্যু আহাৰ, উদযাপন, সুন্দৰ সজ্জা আৰু বহু-সাংস্কৃতিক কথা-বতৰাই আপোনাক সম্পূৰ্ণ দিন ব্যস্ত ৰাখিব । আপুনি আনন্দ উপভোগ কৰিব আৰু নতুন ব্যৱসায়িক গাঠ-বন্ধনৰ চিন্তা কৰিব পাৰে । প্ৰথমে অপেক্ষা কৰক আৰু চাওক । লগতে, এই ফলদায়ী সময়ৰ পৰা শ্ৰেষ্ঠ লাভ কৰিবৰ বাবে, অংশীদাৰসকলৰ লগত সম্পৰ্কক উন্নত কৰিবৰ বাবে আৰু নিজৰ মূল ধন সংৰক্ষিত ৰাখিবৰ বাবে নিজৰ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক । আৰ্থিক আৰু পেচাদাৰী ক্ষেত্ৰত সকলো উন্নত হ'ব, তথাপিও যত্নবান হওক । আপোনাৰ মনত ভ্ৰমণৰ বিবেচনা থাকিব পাৰে ।

সিংহ ৰাশি: আৰ্থিক সম্পদৰ আয়োজন কৰিবলৈ আৰু ব্যৱসায় বিস্তাৰৰ বাবে সঠিক দিন । ব্যৱসায়ীৰ বাবে, আপোনাৰ টীম, বিশেষভাৱে আপোনাৰ কনিষ্ঠ আৰু অধীনস্থসকলে লাভ কৰোৱাৰ সম্ভাৱনা আছে । বিনিয়োগ আৰু ব্যাসৰ মাধ্যমেৰে আৰ্থিক লাভ কৰিব পাৰিব । আৰ্থিক সংকটত ই আপোনাৰ সহায় কৰিব । নিকটৱৰ্তী বন্ধুৰ লগত ফুৰিবলৈ যাওক; বজাৰ কৰক, খাওক আৰু আনন্দ কৰি উদযাপন কৰক ।

কন্যা ৰাশি: নতুন আৰু ষ্টাইলিচ পোছাক ক্ৰয় কৰিবলৈ আপুনি উত্‍সাহিত অনুভৱ কৰিব । শিল্পজাত বস্তু আৰু কলা-কৃষ্টি সৃষ্টিৰ বাবে প্ৰেৰণা পাব । ব্যৱসায়ী আৰু পেচাদাৰীসকলৰ বাবে দিনটো ফলদায়ক হ'ব । কৰ্মস্থলীত প্ৰতিদ্বন্দীসকলতকৈ কৈ নিজকে শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰি আপুনি সুখী হ'ব । এটা অতি সুন্দৰ দিন ।

তুলা ৰাশি: এটা সাধাৰণ দিন । পৰিপক্ক হওক আৰু পৰিয়ালৰ সৰু সৰু বিবাদক এৰাই চলক । মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক, অসুস্থ হৈ পৰিব পাৰে । সম্পত্তি বা মাটি আদিৰ দৰে আইনী বিষয়ত লেনদেন কৰোতে লক্ষ্য ৰাখিব আৰু সতৰ্ক হৈ চলক । গান শুনি বা গাই কোনো সৃষ্টিমূলক কামত জড়িত হ'ব পাৰে । শিক্ষাৰ্থীসকলে এটা ফলদায়ক সময় উপভোগ কৰিব ।

বৃশ্চিক ৰাশি: আপোনাৰ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব । পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক । আবেলি কৰ্ম জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব । তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত, খৰচ বৃদ্ধি হʼব পাৰে অন্তত ।

ধনু ৰাশি: আপোনাৰ যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে আপুনি প্ৰায় সফল হʼব । আপোনাৰ কৰ্ম জীৱনত অশান্তি হʼব পাৰে । আপোনাৰ কাষৰীয়া লোকসকলে আৰাম কৰিব, আপুনি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ।

মকৰ ৰাশি: আজি আপুনি নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰিব । আপোনাৰ আজি ভাগ-বতৰা কৰিব ইচ্ছা নহʼব । প্ৰেমৰ সম্পর্ক ভাল হ’ব । বিয়া আৰু সংযোগত সফল লাভ হʼব । বিবাহিতসকলৰ বাবে এইটো দিন শুভ ।

কুম্ভ ৰাশি: টকা-পইচা খৰচ বৃদ্ধি হʼব পাৰে । অনৰ্থক খৰচ-পাতি হʼব পাৰে । তথাপিও দিন বিপদাশংকা নহয় । কাৰ্য-ব্যৱসায়ত, পৰিয়ালৰ লগত আৰু প্ৰেমৰ সম্পর্কৰ লগত, বন্ধুবৰ্গৰ লগত দিন ভাল হʼব ।

মীন ৰাশি: শ্বেয়াৰ আদিত কৰা নিবেশৰ পৰা আৰ্থিক লাভ পোৱাৰ সম্ভাৱনা । কামত অগ্ৰগতি লাভ কৰিব আৰু উপকৃত হ'ব । ঘৰুৱা পৰিবেশো শান্ত আৰু উত্‍সাহজনক হৈ থাকিব । বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যাওক । সন্ধিয়াবেলা, উদ্বিগ্নতা হ'ব পাৰে, অত্যধিক ব্যয়ৰ সম্ভাৱনা আছে । ধৰ্মীয় কাৰ্যকলাপ, ৰীতি নীতি আদিতো ব্যয় হ'ব পাৰে । সতৰ্কতাৰে চলক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.