ETV Bharat / entertainment

পুত্ৰৰ শেষকৃত্যস্থলীতে অসুস্থ হৈ পৰিল পিতৃ কপিল ঠাকুৰ

অকস্মাতে অসুস্থ হৈ পৰে জুবিন গাৰ্গৰ পিতৃ ৷ হাস্পতাললৈ লৈ গৈছে পাপনে ৷

kapil borthakur fell sick
অসুস্থ হৈ পৰিল কপিল ঠাকুৰ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : September 23, 2025 at 5:29 PM IST

1 Min Read
Choose ETV Bharat

হায়দৰাবাদ : জুবিনৰ অন্তিম সংস্কাৰৰ সময়তে অসুস্থ হৈ পৰে পিতৃ কপিল ঠাকুৰ ৷ এম্বুলেন্সেৰে তাৎক্ষণিকভাৱে লৈ যোৱা হয় গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ ৷ প্ৰাপ্ত খবৰ অনুসৰি পাপনে জুবিনৰ পিতৃক কঢ়িয়াই নিছে ৷

উল্লেখ্য যে, বাৰ্ধক্যজনিক কাৰণত বিগত কিছুদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছে তেওঁ ৷ 85 বছৰ বয়সত পুত্ৰৰ মৃত্যুৰ কথাই অৱশ্যেই তেওঁৰ স্বাস্থ্যত প্ৰভাৱ পেলোৱাটো স্বাভাৱিক ৷

অধিক বাতৰিৰ বাবে অপেক্ষা কৰি থকা হৈছে...