অসম

assam

Heavy storm in Manikpur: মাণিকপুৰত ধুমুহাৰ তাণ্ডৱ

By

Published : Jun 4, 2023, 1:40 PM IST

বঙাইগাঁও,৪ জুন: শনিবাৰে নিশা বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰু কোকিলাৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ । প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতিসাধন সমগ্ৰ অঞ্চলত (Heavy Storm at Manikpur in Bongaigaon) । মাণিকপুৰ, মৌখোৱা, নাম্বাৰপাৰা, গোলাপাৰা, বাংলাপাৰা, নোৱাগাওঁ, বালাৰচৰ, কীৰ্ত্তনপাৰা আদি অঞ্চলত বিস্তৰ ক্ষতি সাধন হয় ।  

প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হয় (Heavy storm in Manikpur)  । বালাৰচৰ বজাৰৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান উৰুৱাই নিয়ে ধুমুহাই । মাণিকপুৰ-নোৱাগাঁও সংযোগী গড়কাপ্তানি পথৰ ওপৰত প্ৰকাণ্ড গছ উভালি পৰাত ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা । ঠায়ে ঠায়ে বিদ্যুতৰ তাঁৰ ছিঙি পৰাত ব্য়াহত হৈ পৰে বিদ্যুৎ সংযোগ । 

লগতে পঢ়ক:MP Pradyut Bordoloi in Morigaon: মৰিগাঁৱত উপস্থিত সাংসদ প্ৰদ্যুত বৰদলৈ

ABOUT THE AUTHOR

...view details